75
ডিজিটেল ডেস্কঃ শুকুৰবাৰে চীনত চুৰীৰে আক্ৰমণ কৰি ৭ গৰাকী ছাত্ৰক হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হয়৷ এগৰাকী লোকৰ আক্ৰমণত ৭ গৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ১২ গৰাকী ছাত্ৰ আহত হয়৷ সকলো ছাত্ৰ মাধ্যমিক স্কুলৰ বুলি খবৰ আহিছে৷
Suspect caught after 7 die in NW China knife attack https://t.co/NytXbZ3qDE pic.twitter.com/Bk7KViyrGV