Home বিশ্বএইবাৰ নতুন বিপদে লগ দিছে শৰণাৰ্থী ৰোহিংগীয়াক

এইবাৰ নতুন বিপদে লগ দিছে শৰণাৰ্থী ৰোহিংগীয়াক

by News Desk
104 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এক নতুন বিপদে লগ দিছে ম্যানমাৰৰ পৰা ভাগি অহা ৰোহিংগীয়া শৰণাৰ্থীসকলক। এই বিপদ আহিছে প্ৰকৃতিৰ পৰা। মৌচুমী বতাহৰ আগমণৰ লগে লগে আহিছে প্ৰচণ্ড ধুমুহা বতাহ আৰু বৰষুণ। যাৰ ফলত বাংলাদেশত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ অস্থায়ী শিবিৰ কেতিয়া উৰি গৈ তেওঁলোক মুকলি আকাশৰ তললৈ আহিবলগীয়া হয় তাৰ নিশ্চয়তা নাই। এই আশংকা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘৰ মাইগ্ৰেছন এজেন্সীয়ে। 

বাংলাদেশৰ সতকাই বানপানী ডুব গৈ থকা আৰু ভূস্খলনৰ প্ৰৱল সম্ভাৱনাপূৰ্ণ দক্ষিণাঞ্চলত সম্প্ৰতি শিবিৰত থকা ৰোহিংগীয়াসকলৰ বাবে বাংলাদেশ চৰকাৰক সেয়ে শীঘ্ৰেই অৰ্থসাহায্যৰ আহ্বান জনাইছে সংস্থাটোৱে। অন্যথা তাতে আশ্ৰয় লৈ থকা ১০ হাজাৰ ৰোহিংগীয়াৰ জীৱন পুনৰ বিপন্ন হৈ পৰিব বুলি সোঁৱৰাই দিছে ৰাষ্ট্ৰসংঘই। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0