ওদালগুৰঃ বিটিএডিক চাৰিখন জিলাত NDFB(S)ৰ বিৰুদ্ধে সেনা-আৰক্ষীক অভিযান অব্যাহত আছে। যোৱা কেইবাটাও দিনৰ ভিতৰত অসম আৰক্ষী আৰু ভাৰতীয় সেনাই এনডিএফবি(সং) গোটক প্ৰধানক জালত পেলাবলৈ সেনাই অভিযান চলাই গৈছে। বিটিএডিৰ সদৰ কোকৰাঝাৰত সেনাই হেলিকপ্টাৰেৰে অভিযান চলাই যোৱা ২৩ এপ্ৰিলত৷
NDFB(S)ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাথা, জি বিদাইৰ সন্ধানত ভাৰতীয় সেনাবাহিনীয়ে মানাহৰ বনাঞ্চলত আৰু ৰিপু চিৰাং বনাঞ্চলত আৰম্ভ কৰিছিল ব্যাপক অভিযান। তাৰ মাজতে জিলা চাৰিখনত কেইবাগৰাকী সদস্য ধৰা পৰে সেনা-আৰক্ষীৰ হাতত।