Home ৰাজ্যঅখিলৰ প্ৰতিবাদ সমাপ্ত হোৱাৰ পিছতে JTIৰ মুৰব্বীৰ সংবাদ মেল, উদ্যান নহয় পৰ্যটন ক্ষেত্ৰহে চাব

অখিলৰ প্ৰতিবাদ সমাপ্ত হোৱাৰ পিছতে JTIৰ মুৰব্বীৰ সংবাদ মেল, উদ্যান নহয় পৰ্যটন ক্ষেত্ৰহে চাব

by News Desk
60 views
A+A-
Reset

কাজিৰঙাঃ অসমীয়া জাতিৰ আৱেগ-অনুভূতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদ’লক ভাৰত চৰকাৰে চোৱা চিতাৰ কৰাৰ দায়িত্ব জেটিআই গ্ৰুপ আৰু জাংগল ট্রেডার্চ ইণ্ডিয়াক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যত প্ৰবল প্ৰতিবাদ অব্যাহত আছে৷ ব্যক্তিগত প্ৰতিষ্ঠান জেটিআই গ্ৰুপক কেন্দ্ৰীয় চৰকাৰৰ Adopt A Heritage আঁচনিৰ অধিনত অসমৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ গতাই দিয়াৰ সিদ্ধান্তক অসমৰ প্ৰতিটো দল-সংগঠনে বিৰোধিতা কৰে৷ আলোচনা পন্থী আলফা, কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু, হিৰোধী কংগ্ৰেছ আদিয়ে তীব্ৰ বিৰোধিতা কৰিছে৷ 

এশিঙীয়া গঁড়ৰ আৱাসস্থলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰংঘৰ, কাৰেংঘৰ, শিৱদৌল ব্যক্তিগত খণ্ডক কোনে কাৰণত গতাই দিয়াৰ সমৰ্থনত নাই বুলি দল-সংগঠনে স্পষ্ট কৰে৷ তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰে ৰাজ পথলৈ ওলাই আহে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি অসম-ভাৰত চৰকাৰক অসমৰ ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব বিচৰা কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শুকুৰবাৰে গোলাঘাট জিলাৰ 
বিভিন্ন প্ৰান্তৰ পৰা শ-শ লোক ওলাই আহি 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0