Home গুৱাহাটী১৪ দিনেই ৰাজধানীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰিলে চৰকাৰে

১৪ দিনেই ৰাজধানীৰ পৰা নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ সন্ধান উলিয়াব নোৱাৰিলে চৰকাৰে

by News Desk
55 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ পৰা মানুহগৰাকী ক’লৈ গ’ল৷ এই খবৰ কাৰোৰে হাতত নাই৷ পৰিয়ালৰ হাতত নাই, ৰাজ্যৰ বিয়াগোম প্ৰশাসনৰ হাতত নাই৷ প্ৰতিদিনৰ দৰে তেওঁ পুৱাই ওলাই আহিছিল প্ৰাতঃভ্ৰমণৰ বাবে৷ কিন্তু সেই পুৱাটোৰ পৰাই মানুহজনৰ কোনো সন্ধান নাই৷ মানুহজন ক’লৈ গ’ল তাৰ কোনো সম্ভেদ নাই কাৰোৰে হাতত৷ 

নিৰুদ্দেশ হোৱা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম নহয় নেকি ৰাজ্যৰ বিয়াগোম প্ৰশাসনে৷ সঁচাকৈ এগৰাকী লোক এনেকৈয়ে নোহোৱা হৈ থাকিব পাৰেনে৷ কোনো ষড়যন্ত্ৰৰ বলি হ’ল নেকি মানুহজন৷ কোনো শক্তিয়ে বন্দী কৰিলে মানুহগৰাকীক৷ এতিয়া এনেবোৰ চিন্তাৰ উদ্ৰেক হ’ব ধৰিছে ৰাজ্যৰ মানুহৰ মনত৷ সংবাদ মাধ্যমত প্ৰচাৰ নোহোৱাকৈ অসমৰ বুকুৰ পৰা মানুহ এনেকৈ নোহোৱা হৈ থাকে নেকি বুলিও মানুহে ভাবিব ধৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0