Home গুৱাহাটীখানাপাৰলৈ আহি পূৰ্বে পঞ্জীয়ন নকৰা দল-ব্যক্তিও কৰিব পাৰিব সাক্ষ্য প্ৰদান

খানাপাৰলৈ আহি পূৰ্বে পঞ্জীয়ন নকৰা দল-ব্যক্তিও কৰিব পাৰিব সাক্ষ্য প্ৰদান

by News Desk
67 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে সোমবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মতামত দিছে৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ 

গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷ বৰ্তমানেও শুনানি চলি আছে যদিও ৰাজ্য প্ৰশাসনৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিয়ে প্ৰকাশ কৰা মতে পূৰ্বে পঞ্জীয়ন নকৰা দল তথা ব্যক্তি বিশেষে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়লৈ আহি সাক্ষ্য প্ৰদান কৰিব পাৰিব বুলি কয়৷ যেতিয়ালৈকে দল সংগঠনৰ নেতৃত্ব তথা ব্যক্তি বিশেষ আহি থাকিব তেতিয়ালৈ শুনানি অব্যাহত থাকিব বুলি কয় যুটীয়া সংসদীয় সমিতিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0