64
newsnextone.com | ৰঙিয়াঃ সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে বৃহস্পতিবাৰে ৰঙিয়াৰ চহৰৰ সমীপৰ কেন্দুকোণাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰবাদ সাব্যস্ত কৰে৷
বিজেপি চৰকাৰে গৃহিত কৰিব খোজা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিৰ দাবীত বিধেয়কৰ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ জনায় সংগঠনটোৱে৷