Home ৰাজনীতিকৰ্ণাটকত ৭০ শতাংশ ভোটদান, এগজিট পলে দিলে কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ অনুমান

কৰ্ণাটকত ৭০ শতাংশ ভোটদান, এগজিট পলে দিলে কংগ্ৰেছক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ অনুমান

by News Desk
64 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰৰ পুৱাৰে পৰা অনুষ্ঠিত কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ ৭০ শতাংশ শতাংশ ভোটদান কৰে জনগণে৷ পুৱাৰে ভোট কৰিবলৈ ভোট দান কৰিবলৈ ওলাই আহি জনগণে ৰেকৰ্ড গঢ়ে৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পুৱাৰে পৰা অনুষ্ঠিত ভোটদানত লানি নিছিগা সোঁত বয় ৰাইজৰ৷ দিনৰ ৫ বজালৈ কৰ্ণাটকত ৬১ শতাংশ ভোট দান সাব্যস্ত কৰি এক নতুন ইতিহাস ৰচিলে ভোটাৰে৷ 

তাৰ পিছকে সৰ্বমুঠ ৭০ শতাংশ ভোটদানেৰে সামৰণি পৰে ভোটদান প্ৰক্ৰিয়াৰ৷ শনিবাৰে পুৱাৰে পৰা কৰ্ণাটক বিধান সভাৰ ২২২টা সমষ্টিত ভোট দান অনুষ্ঠিত হৈছিল৷ ভোটদান সমাপ্ত হোৱাৰ পাছতে ৰাজনৈতিক বিশ্লেষকে অনুমান কৰা মতে কংগ্ৰেছ ডাঙৰ পাৰ্টি হৈ ওলাই অহাৰ লগতে জেডিএছ কিং মেকাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0