Home বিশ্ব৪৭ বছৰ পূৰ্বে ভাৰতে দিয়া স্বাধীনতা আৰু মহাকাশত বাংলাদেশ, কিহৰ বাবে বাংলাদেশীৰ আনন্দ?

৪৭ বছৰ পূৰ্বে ভাৰতে দিয়া স্বাধীনতা আৰু মহাকাশত বাংলাদেশ, কিহৰ বাবে বাংলাদেশীৰ আনন্দ?

by News Desk
60 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ বাংলাদেশৰ বাবে শুকুৰবাৰৰ দিনটো বিশেষ দিন হৈ ৰব৷ কিয়নো এই দিনটোতে বাংলাদেশৰ বিজ্ঞানীসকলে বিশেষ সফলতা লাভ কৰিলে৷ ১৯৭১ চনত স্বাধীনতা লাভ কৰা দেশ খনে যেন শুকুৰবাৰে আকৌ এবাৰ স্বাধীনতা লাভ কৰিলে৷ কিয়নো দেশখনে স্বাধীন হোৱাৰ ৪৭ বছৰৰ পিছত মহাকাশত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

১৯৭১ চনত পাকিস্তানৰ আক্ৰমণৰ সময়ত চকুলো টুকি ভাৰতৰ সহায় বিচাৰিছিল দেশ খনৰ নাগৰিকে৷ ভাৰতৰ সহায়ত স্বাধীনতা লাভ কৰে দেশখনে৷ ভাৰতৰ সহায়ত স্বাধীনতা লাভ কৰিয়েই কেতিয়াও পিছলৈ চোৱা নাই দেশখনে৷ বানপানী, দৰিদ্ৰতাই কোঙা কৰা দেশ খনে পিছলৈ নাচায় কিবা এটা কৰি দেখুওৱাৰ হেপাহ পুহি ৰাখিছিল৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0