Home ৰাজনীতিজনগণে নিবিচৰা কংগ্ৰেছে বিচাৰে গাদী, সমৰ্থন মানি লৈছে JDS-এ

জনগণে নিবিচৰা কংগ্ৰেছে বিচাৰে গাদী, সমৰ্থন মানি লৈছে JDS-এ

by News Desk
64 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত ১০৪ খন আসন লাভ কৰি বিজেপি হৈ পৰিল বৃহৎ দল৷ বৃহৎ দল হোৱাৰ লগেতে কংগ্ৰেছক শাসনৰ পৰা পদচ্যুত কৰিলে বিজেপিয়ে৷ কংগ্ৰেছে পুনৰ শাসনলৈ অহাৰ দাবী কৰি আহিছিল যদিও ৰাইজে কংগ্ৰেছক সেই সুবিধা প্ৰদান নকৰিলে৷ 

যোৱা ১২ মে’ত কৰ্ণাটক বিধান সভাৰ ২২২ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল৷ তাৰ পিছতে ভোটগণনা মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হয়৷ এতিয়ালৈ ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে মুঠ ১০৪ খন আসনত জয়ী হয়৷ কংগ্ৰেছে ৭৮ খন আসনত জয়ী হোৱাৰ লগতে জেডিএছে ৩৮ খন আসনত জয়ী হয়৷ ফলত জেডিএছ অবিহনে কংগ্ৰেছ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিব সেয়া খাটাং৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0