Home ৰাজ্যনৰেন্দ্ৰ মোডীয়ে অসমবাসীক ঠগিলে, ব্ৰিটিছৰ দৰেই অসমলৈ মানুহ আনিব বিচাৰিছে বিজেপিয়ে

নৰেন্দ্ৰ মোডীয়ে অসমবাসীক ঠগিলে, ব্ৰিটিছৰ দৰেই অসমলৈ মানুহ আনিব বিচাৰিছে বিজেপিয়ে

by News Desk
49 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যবাসীয়ে প্ৰবল জনমত গঢ়াৰ পিছতো বিজেপি নেতৃত্বাধীন কেন্দ্ৰ ৰাজ্য চৰকাৰে  ৰাইজক জমনতক সন্মান দিব বিচৰা নাই বুলি অভিযোগ উত্থাপন হৈছে৷ অসমীয়াৰ ভোট লৈ চৰকাৰ গঠন কৰা বিজেপি নেতা-কৰ্মীয়ে অসমৰ ৰাইজে নিবিচাৰা আইন গৃহিত কৰি অসমৰ জনগাঁথনিৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ হিন্দু শৰণাৰ্থীক দেশলৈ আনিব বিচাৰে৷ 

অসমৰ মানুহে অসমৰ বাবে এই আইন ভয়াবহ আৰু জাতিৰ বাবে অস্তিত্ব স্বৰূপ হৈ পৰিব বুলি কৈ প্ৰতিবাদ কৰি আহিছে৷ গণস্বাক্ষৰ, ধৰ্ণা, অৱস্থান, ৰাজহুৱা সভা, প্ৰতিকৃতি দাহ আদি কাৰ্যসূচী ৰূপায়ন কৰি প্ৰবল জনমত গঠন কৰিছে৷ তাৰ পিছতো বিজেপি চৰকাৰে আকোৰগোজ হৈ আইন খনক বৈধতা প্ৰদান কৰিব খোজে৷ এই আইনক খন বাতিলৰ দাবীত প্ৰবল জনমত গঢ়ি তোলা কৃষক নেতা অখিল গগৈয়ে যোৱা সময়চোৱাত তীব্ৰ আন্দোলন গঢ়ি তুলিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0