68
newsnextone.com | ডিব্ৰুগড়ঃ একাংশ লোক সভাই সমিতিয়ে সমাজ সংস্কাৰৰ কথা কৈ ভাষণ প্ৰদান কৰে৷ সমাজৰ কোনো পৰিয়ালৰ সন্তান যাতে শিক্ষাৰ পৰা বাদ নপৰা সেই কথা প্ৰায়ে শিক্ষাৰ সৈতে জৰিত লোকে প্ৰায়েই প্ৰকাশ কৰি আহিছে৷
কিন্তু সৰিয়হৰ ডুলিতে ভূত থাকে বুলি কোৱা কথাষাৰক সঁচা প্ৰতিপন্ন কৰি এগৰাকী বিশ্ববিদ্যালয়ৰ উচ্চ আসনত থকা লোকৰ ঘৰত উদ্ধাৰ হৈছে দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰী৷