ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ তিনি লাখ ২২ হাজাৰ ৮শ উনত্ৰিশ জন ভোটাৰক নালাগে কংগ্ৰেছ কিম্বা বিজেপিৰ চৰকাৰ৷ জেডিএছৰো চৰকাৰ নালাগে এইসকল ভোটাৰক৷ দৰাচলতে এইসকল ভোটাৰে কৰ্ণাটকৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ইভিএম মেচিনত ভোট দিওতে ‘নান অৱ দি এবাভ’ অৰ্থাৎ নোটা বুটাম টিপিছে৷ অৰ্থাৎ কোনো প্ৰাৰ্থীকে তেঁওলোকৰ পচন্দৰ নহয়৷ ইয়াৰে আটাইতকৈ বেছি নোটা আছে পশ্চিম বেংগালুৰু সমষ্টিত৷ তাতে ১৫ হাজাৰ ৮২৯ জন ভোটাৰে নোটা বুটাম টিপিছে৷
কৰ্ণাটকত শপত ল’লে য়েডুৰাপ্পাই, পঢ়ক এই বাতৰিঃ