Home ৰাজনীতিবৃহৎ দলৰ নীতি অৱলম্বন কৰাৰ দাবী, কৰ্ণাটকৰ দৰে গোৱাত চৰকাৰ গঠনৰ দৌৰ

বৃহৎ দলৰ নীতি অৱলম্বন কৰাৰ দাবী, কৰ্ণাটকৰ দৰে গোৱাত চৰকাৰ গঠনৰ দৌৰ

by News Desk
A+A-
Reset
১১১১

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত চলি থকা কংগ্ৰেছ-বিজেপিৰ হাই ড্ৰামাৰ মাজতে কংগ্ৰেছে গোৱাৰ বৃহৎ দল হিচাপে গোৱাত চৰকাৰ গঠনৰ দাবি উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে৷ এই উপলক্ষে কংগ্ৰেছৰ গোৱা দায়ত্ববাহী সচিব চেল্লা কুমাৰ বৃহস্পতিবাৰে গোৱাত উপস্থিত হয়৷ শুকুৰবাৰে চেল্লা কুমাৰে ৰাজ্যপালক সাক্ষাত কৰি গোৱাৰ বৃহৎ দল হিচাপে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ দাবী জনাব৷ লগতে জনিব পৰা মতে, ৰাজ্যপালৰ সন্মুখত কংগ্ৰেছ বিধায়কৰ দ্বাৰা পেৰেড কৰোৱাৰো সম্ভাৱনা আছে৷ 

বৃহস্পতিবাৰে কংগ্ৰেছৰ গোৱা সচিবগৰাকীয়ে গোৱা অভিমুখে যাত্ৰা আৰম্ভ কৰে৷ তেওঁৰ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাও গোৱালৈ বুলি ৰাওনা হয়৷ গোৱাত কংগ্ৰেছৰ ১৬ গৰাকী বিধায়কে ৰাজ্যপাল ভৱনলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ গোৱাৰ বৃহৎ দল হিচাপে কংগ্ৰেছক চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱা উচিত বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0