76
Newsnextone | বোকাজানঃ হাতী-মানুহৰ সংঘাত এতিয়া চিৰ পৰিচিত৷ খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্য হাতীয়ে ৰাজ্যৰ বিভিন্ন স্থানত উপদ্ৰৱ চলাই আহিছে৷ যাৰ ফলত নিহত হৈছে কেইবাজনো লোকো৷
শস্য পথাৰৰ পৰা ঘৰ দুৱাৰ আৰু মানুহৰ ওপৰত চলোৱা বন্য হস্তীৰ সন্ত্ৰাসত ৰাজ্যৰ বহু অঞ্চলৰ ৰাইজ ভয়ে ভয়েহে জীয়াই থাকিবলৈ বাধ্য হৈছে৷