Home বিশ্বচিংগাপুৰৰ পাছপ’ৰ্ট লৈ লণ্ডনত থাকে নীৰৱ মোডী

চিংগাপুৰৰ পাছপ’ৰ্ট লৈ লণ্ডনত থাকে নীৰৱ মোডী

by News Desk
87 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ পৰা পলায়ন কৰি থকা হীৰা ব্যৱসায়ী নীৰৱ মোডীৰ পিতৃ আৰু ভাতৃ সহ পৰিয়ালৰ সদস্যক চমন জাৰি কৰিছে প্ৰৱৰ্তন নিৰ্দেশালয়ে৷ পিএনবিৰ ধন হৰলুকি কেলেংকাৰীত জড়িত থকাৰ সন্দেহত নীৰৱ মোডীৰ পৰিয়ালৰ লগতে বিদেশত থকা তেওঁৰ ব্যৱসায়ৰ ওপৰতো চমন জাৰি কৰিছে নিৰ্দেশালয়ে৷ ইফালে নিৰ্দেশালয়ৰ নিৰ্দেশ অগ্ৰাহ্য কৰি পৰিয়ালৰ লোকসকল বিদেশলৈ যোৱাৰ কথা প্ৰকাশ হৈছে৷

প্ৰৱৰ্তন নিৰ্দেশালয়ৰ তদন্তকাৰী বিষয়াই জানিবলৈ দিয়া মতে, নীৰৱ মোডীৰ পিতা দীপক মোডী, ভাতৃ নিশাল মোডী, ভনী পূৰ্বী মেহতা, ভনী জোঁৱাই ময়ংক মেহতা আৰু আমেৰিকাস্থিত মোডীৰ ফায়াৰষ্টাৰ ডায়মণ্ড ইংক নামৰ হীৰা কোম্পানীৰ নিৰ্দেশক মিহিৰ ভাঞ্চালী নীৰৱ মোডীৰ সমস্ত ব্যৱসায় সন্দৰ্ভত জ্ঞাত৷ পৰিয়ালৰ সদস্যসকলে নীৰৱ মোডীৰ লগত বিত্তীয় লেনদেন কৰি আহিছিল৷ তথ্য উদঘাটনৰ বাবে পৰিয়ালক চমন জাৰি কৰা হৈছে বুলি জানিবলৈ দিয়ে তদন্তকাৰী বিষয়াই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0