Home ৰাজ্যভাৰতীয় সেনাত যোগদান চাৰিদুৱাৰৰ ২৪গৰাকী দৰিদ্ৰ যুৱকৰ, সেনা বিষয়াক সম্বৰ্ধনা যাচিলে ৰাইজে

ভাৰতীয় সেনাত যোগদান চাৰিদুৱাৰৰ ২৪গৰাকী দৰিদ্ৰ যুৱকৰ, সেনা বিষয়াক সম্বৰ্ধনা যাচিলে ৰাইজে

by News Desk
61 views
A+A-
Reset

newsnextone.com | তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰৰ ২৪গৰাকী যুৱকে ভাৰতীয় সেনাত ভৰ্তি হবলৈ সক্ষম হৈছে৷ ২৪গৰাকী যুৱকক সেনা ভৰ্তি হ’ব পৰাকৈ যোগ্য কৰি তোলা চাৰিদুৱাৰস্থিত সেনা ছাউনীৰ বিষয়া আৰু আন আন সেনা জোৱানক দেওবাৰে চাৰিদুৱাৰ সীমান্ত মিলন সংঘত সম্বৰ্ধনা যাচে ৰাইজে৷

ভাৰতীয় সেনাই নিৱনুৱাসকলক সংস্থাপন দিব পৰাকৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰশিক্ষণ দি আহিছে৷ সমানে আজিৰ প্ৰজন্মক আৰক্ষী-অসামৰিক, সামৰিক বাহিনীত যোগদান কৰাৰ বাবে সক্ষম কৰিবলৈ বিশেষ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে শোণিতপুৰৰ চাৰিদুৱাৰত৷ উগ্ৰপন্থীক দমনত অধিক সহজ হ’ব পৰাকৈ থলুৱা যুৱক-যুৱতীৰ নিয়োগ আৰু নিৱনুৱা সমস্যা সমাধানৰ বাবে ভাৰতীয় সেনাই এই উদ্যোগ গ্ৰহণ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0