62
newsnextone.com | কোকৰাঝাৰঃ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি শনিবাৰে কোকৰাঝাৰৰ কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভূমিন দৰিদ্ৰ লোকক মাটিৰ পট্টা বিতৰণ কৰে ৰাজ্য চৰকাৰে৷ দীৰ্ঘ দিন ধৰি একঠা ভূমিৰ বাবে হাহাকাৰ কৰি থকা বহু পৰিয়ালৰ মুখত হাঁহি দেখা যায়৷
