66
newsnextone.com | গুৱাহাটীঃ জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি, অগপ আৰু বিপিএফ মিত্ৰজোঁটৰ চৰকাৰে জাতি, মাটি, ভেটি ৰক্ষা কৰিবলৈ সক্ষম নহলেও নিজৰ নিজৰ ক্ষমতাৰ স্বাৰ্থত তিনিওটা দলেই কাম কৰি গৈছে সেয়া অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে৷ এতিয়া নিজৰ নিজৰ ক্ষমতাৰ অংকত ব্যস্ত দল তিনিটাৰ নেতা৷
জাতিক সুৰক্ষিত কৰাৰ কথা কৈ ভোট লৈ চৰকাৰ গঠন কৰা দল তিনিটাই এতিয়া পাভলুটি মৰাৰ ফলত ৰাইজে ৰাজপথলৈ ওলাই আহিব লগা হৈছে৷