newsnextone.com | ডিব্ৰুগড়ঃ মোডী চৰকাৰৰ নোটবন্দীয়ে দেশত কি নতুন প্ৰভাৱ পেলাইছে৷ নোটবন্দীৰ পিছত দেশৰ সাধাৰণ জনতাই কি ফল লাভ কৰিলেনে৷ নতুন মুদ্ৰা নীতিয়ে বিয়াগোম কেলেংকাৰীত অভিযুক্ত সকলৰ বন্ধ কোঠাৰ পৰা ক’লা ধন বোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল নে৷ এই সকলোবোৰ এতিয়া একো একোটা চিন্তাৰ বিষয় হৈ পৰিছে৷
নতুন মুদ্ৰানীতিয়ে দেশৰ জনসাধৰণৰ বাবে কি নতুনত্ব আনিলে সেয়া আন এক বিষয়৷ কিন্তু মোডীৰ নতুন মুদ্ৰা নীতিৰ পিছতে অলপ অলপকৈ হ’লেও জমাকৃত ক’লা ধন বাহিৰ হৈ থকা পৰিলক্ষিত হৈছে৷