Home ৰাজ্যআনৰ ঘৰত কাম কৰি থকাৰ সময়তে ভাল খবৰটো পালে জিণ্টি দাসে

আনৰ ঘৰত কাম কৰি থকাৰ সময়তে ভাল খবৰটো পালে জিণ্টি দাসে

by News Desk
68 views
A+A-
Reset

newsnextone.com | নগাঁওঃ কৰিশ্মা আৰু মাতৃ জিণ্টি দাসে যোৱা কিছুুদিনৰ পৰা পৰীক্ষাৰ ফলাফলৰ কথা বৰকৈ আলোচনা কৰি আহিছে৷ কৰিশ্মাই এই কথা জানে তাই সুখ্যাতিৰে উত্তীৰ্ণ হ’ব৷ কিন্তু উত্তীৰ্ণ হোৱাৰ পিছত তাই নামভৰ্তি কৰিব কেনেকৈ৷ এনে বহু কথাই মাতৃ-কন্যাই আলোচনা কৰি আহিছে৷ তাইৰ চিকিৎসক হোৱাৰ আশা কোনে পূৰণ কৰিব৷ এখন অন্ধকাৰ প্ৰতিচ্ছবি দেখি অহা কৰিশ্মাই আশা কাৰ মতেই ফলাফল লাভ কৰিলে৷

নগাঁও জিলাৰ হাতীচোং মৌজাৰ ৰাইদঙীয়াৰ নাহৰহটীয়া গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ কন্যা কৰিশ্মা। কৰিশ্মাৰ পিতৃ এই খন পৃথিৱীত নাই৷ শৈশৱতে পিতৃক হেৰুওৱা কৰিশ্মাক মাতৃয়ে আনৰ ঘৰত কাম কৰি ডাঙৰ দীঘল কৰে৷ দিনৰ দিনটো আনৰ ঘৰত কাম কৰি পোৱা টকা কেইটাৰে ভাত কেইসাজ খোৱাৰ বাহিৰে আন একোকে কৰি নোৱাৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0