Home দেশবিজেপি নেতাই জোতাৰে কোবাব বিদ্যুৎ কৰ্মচাৰীক, ক্ষমতাই মূৰত ধৰিছে নেকি বিজেপিৰ?

বিজেপি নেতাই জোতাৰে কোবাব বিদ্যুৎ কৰ্মচাৰীক, ক্ষমতাই মূৰত ধৰিছে নেকি বিজেপিৰ?

by News Desk
57 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ জনতাৰ চৰকাৰ খ্যাত বিজেপি এতিয়া ক্ষমতাৰ ৰোগত আক্ৰান্ত হৈছে৷ প্ৰতিদিনে এজন নগয় এজন বিজেপি নেতা-মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য অথৱা সমাজ বিৰোধী কাৰ্যকলাপ সংঘটিত কৰি বাতৰিৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হৈ আহিছে৷ ক্ষমতাই মূৰত ধৰা বিজোপি এতিয়া নিজেই সৰ্বে সৰ্বা বুলি জনতাই অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে৷

মধ্য প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা জগন্নাথ সিং ৰঘুবংশীৰ এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে বিজেপি বিতৰ্কই আকৌ এবাৰ বাতৰিৰ শিৰোনামা দখল কৰে৷ বিজেপিৰ নেতাগৰাকীয়ে বিদ্যুত বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত দেখুওৱা ক্ষমতাই এতিয়া সাধাৰণ জনতাক বিজেপিৰ কৰ্মকাণ্ডৰ সৈতে পুনৰ এবাৰ পৰিচয় কৰাই দিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0