Home ৰাজ্যখিলঞ্জীয়াৰ হকে অসমীয়া যুৱকৰ মুণ্ডন, অসমীয়া যুৱকৰ আত্মবলিদান অথলে যাব নিদিও

খিলঞ্জীয়াৰ হকে অসমীয়া যুৱকৰ মুণ্ডন, অসমীয়া যুৱকৰ আত্মবলিদান অথলে যাব নিদিও

by News Desk
55 views
A+A-
Reset

newsnextone.com | ড়িব্ৰুগড়ঃ এইবাৰ যুৱকৰ প্ৰতিবাদৰ ভাষা হ’ল মুণ্ডন৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত সমূহীয়া মুণ্ডন কৰিলে যুৱকে৷ মটক ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়া মুণ্ডন কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সংগঠনটোৱে৷ 

অসমৰ আন্দোলন সময়ত অসমীয়া যুৱকে দিয়া আত্মবলিদান অথলে যাব নিদিয়াৰ হুংকাৰ দি কেইবাগৰাকী অসম সন্তানে আকৌ এবাৰ গৰজি উঠিল প্ৰতিবাদৰ নতুন ভাষাৰে। অন্য এক শক্তিৰে প্ৰতিবাদ কৰিলে যুৱকে৷ প্ৰতিবাদৰ ভাষা হৈ অসমৰ যুৱকে ঘৰৰ পৰা ওলাই আহিল এক অনন্য ৰূপত খিলঞ্জীয়াৰ হকে মুণ্ডন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0