58
থিৰুৱানন্তপুৰমঃ মাছৰ আঞ্জা খাই অসুস্থ হৈ পৰিছে কেৰালাৰ পাল্লিপুৰমস্থিত চি আৰ পি এফ কেম্পৰ ৪০০ জোৱান৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি উক্ত কেম্পটোৰ প্ৰায় ১০৯ জন জোৱানৰ অৱস্থা অতি গুৰুতৰ৷
খাদ্যৰ বিষক্ৰিয়াৰ ফলতে বমি আৰু ডায়েৰীয়াত আক্ৰান্ত হৈ পৰা জোৱানসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷