Home ৰাজ্যমানুহে কৰে ভাল কাম, চাহ বাগিচাত হাতীৰ বাবে পানী, ভাৰত-ভূটান সীমান্তত জলসংকট

মানুহে কৰে ভাল কাম, চাহ বাগিচাত হাতীৰ বাবে পানী, ভাৰত-ভূটান সীমান্তত জলসংকট

by News Desk
80 views
A+A-
Reset

newsnextone.com | ডিমাকুছিঃ বাক্সা-ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত তীব্ৰ জলসংকটে দেখা দিছে৷ ভাৰত-ভূটান সীমান্তৰ শ-শ গাঁও জলসংকটত পৰাৰ ফলত হাজাৰ হাজাৰ লোকে খোৱাপানীৰ সমস্যাত পৰিছে৷ পানী বিচাৰি নৈৰ বুকু খান্দি খোৱাপানীৰ সন্ধান কৰিব লগা হৈছে সীমান্তৰ গঞাই৷

মানুহে জলসংকটত পৰাৰ লগতে জলসংকটত পৰিছে পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হতীৰ জাকে৷ সীমান্তৰ বিভিন্ন চাহ বাগিচাত থিতাপি লৈ থকা বনৰীয়া হাতী জাকসমূহে জলসংকট পৰিছে৷ ওদালগুৰি জিলাৰ ডিমাকুছিত থিতাপি লৈ থকা হাতীৰ জাকে জলসংকটত পৰা বুলি খবৰ আহিছে৷ কেইবাখনো গাঁৱৰ ৰাইজে হাতীৰ জাকে পানীৰ সংকটত পৰা বুলি অৱগত কৰে৷ ভূটানৰ পাহাৰৰ পৰা বৈ অহা নৈ, জান ইত্যাদিৰ লগতে কুৱা আৰু পুখুৰী সমূহ শুকাই যোৱাৰ ফলত মানুহৰ লগতে পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে জলসংকটত পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0