58
newsnextone.com | বোকাজানঃ কাৰ্বি আংলং জিলাৰ বোকাজান চহৰৰ প্ৰায় প্ৰায় ৩ ঘণ্টাৰ পথ অতিক্ৰম কৰিলে পোৱা যায় দুৰ্গম চৌকিহোলা। দুৰ্গম চৌকিহোলা হৈছে পাহাৰীয়া এলেকা৷ ইয়াতে বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল আধাৰশিলা স্থাপন কাৰ্যসূচী। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে সময় মতে উপস্থিত হয় আধাৰশিলা স্থাপন কৰিবৰ বাবে।
