48
newsnextone.com | হোজাইঃ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ অব্যাহত আছে৷
উৰা বাতৰিৰ বিৰুদ্ধে আৰু এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে অপপ্ৰচাৰ হৈ অহাত সোমবাৰে হোজাই জিলাত প্ৰশাসনে এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷