59
newsnextone.com | গুৱাহাটী/মণিপুৰ/আগৰতলাঃ পুনৰ বানৰ কৱলত পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ চাৰি খন ৰাজ্য৷ উত্তৰ পূৱৰ অসম, মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন ঠাই বানৰ কৱলত পৰাৰ ফলত যোগাযোগা বন্ধ হৈ পৰাৰ লগতে ৰাইজে ব্যাপক সমস্যাত পৰে৷ অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ অঞ্চল, বৰাক ভেলীৰ কৰিমগঞ্জ জিলা, গোলাঘাটৰ বোকাখাত-কাজিৰঙা অঞ্চল বছৰৰ প্ৰথমটো বানৰ কৱলত পৰে৷
