60
newsnextone.com | ডিফুঃ দুই যুৱকৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ভৈয়ামৰ পৰা পাহাৰলৈ যাব এটা সঁজাতি দল৷ গুৱাহটীৰ পৰা বিশিষ্ট নাগৰিকৰ এটা দলে শান্তিৰ বতৰা লৈ পাহাৰীয়া জিলালৈ যাব বুলি জানিব পৰা গৈছে৷
সেউজীয়া কাৰ্বি পাহাৰত অভিজিৎ-নিলোৎপলৰ বৰ্বৰ ভাৱে হত্যা কৰাৰ অন্তত সৃষ্টি হোৱা পৰিস্থিতিৰ অন্তত কাৰ্বি পাহাৰত পাহাৰ-ভৈয়ামৰ সাতামপুৰুষীয়া ঐক্য-সমপ্ৰীতি অটুট ৰখাৰ অৰ্থে সদ্ভাৱনা যাত্ৰালৈ যাব বিশিষ্ট নাগৰিকৰ দলটোৱে৷