Home ৰাজ্যসম্প্ৰীতিৰ বার্তাৰে জাজৰি আঞ্চলিক ঈদগাহত পৱিত্ৰ ঈদৰ নামাজ

সম্প্ৰীতিৰ বার্তাৰে জাজৰি আঞ্চলিক ঈদগাহত পৱিত্ৰ ঈদৰ নামাজ

by News Desk
64 views
A+A-
Reset

newsnextone.com | জাজৰিঃ অশান্ত জৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত হওক। প্ৰকৃতিয়ে এক সুস্থিৰ অৱস্থা পাওক। সমাজক কলুষিত কৰা অসামাজিক দানৱবোৰ নোহোৱা হৈ সমাজলৈ এক শান্ত সৌম্য বাতাবৰণ পুনৰ ঘূৰি অহা অজস্ৰ আশা আৰু সপোনেৰে জাজৰিৰ সমূহ ইছলাম ধৰ্মালম্বী ৰাইজ শনিবাৰে পুৱাই গৈ উপস্থিত হয় জাজৰি আঞ্চলিক ঈদগাহত স্থলিত। 

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা নামাজত সহস্ৰাধিক অঞ্চলবাসী ৰাইজৰ আশাপ্ৰদ সহযোগিতা প্ৰদান কৰে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে এই নামাজত আন্তৰিকতাৰে ভাগ লোৱা পৰিলক্ষিত হয়। নিশা ধাৰাসাৰ বৰষুণৰ পাছত ৰাইজে বতৰক লৈ কিছু সংকিত আছিল যদিও পুৱাৰ ৰৌদ্ৰোজ্জ্বল পোহৰে সকলোৰে মন ফৰকাল কৰি তোলে আৰু সকলোৱে দলে বলে আহি ভাতৃত্ববোধৰ ভাৱেৰে নামাজত অংশগ্ৰহণ কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0