64
ইউলিবঃ ছিৰিয়াৰ যোৱা প্ৰায় এটা দশকজুৰি চলি থকা সন্ত্ৰাসবাদী অমানৱীয় কাৰ্যকলাপত নিতৌ নীৰিহ লোকে প্ৰাণ হেৰুওৱাৰ সময়তে মঙলবাৰে হোৱা এক নৃশংস ৰাসায়নিক আক্ৰমণে জোকাৰি গৈছিল সমগ্ৰ বিশ্বক।
চিৰিয়াৰ ইউলিব প্ৰদেশত ৭০ জনৰো অধিক লোকে প্ৰাণ হেৰুওৱা এই ভয়াবহ আক্ৰমণক সমগ্ৰ বিশ্বই নিন্দা কৰাৰ পিছতে আজি বিষয়টোক অতি গুৰুত্বপুৰ্ণ সহকাৰে বিবেচনা কৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে।