Home ৰাজ্যবিজেপিৰ পৰিষদীয় সদস্যই নিজেই কৰে ঠিকা, মেৰামতিৰ পিছতেই উটি গ’ল পুল, কাৰ্বি আংলঙত হাহাকাৰ

বিজেপিৰ পৰিষদীয় সদস্যই নিজেই কৰে ঠিকা, মেৰামতিৰ পিছতেই উটি গ’ল পুল, কাৰ্বি আংলঙত হাহাকাৰ

by News Desk
65 views
A+A-
Reset

newsnextone.com | বোকাজানঃ হাজাৰ হাজাৰ লোকে আহ-যাহ কৰা কাৰ্বি আংলং জিলাৰ দেওপানী নৈৰ ভগ্নপ্ৰায় পকী পুল উটুৱাই নিয়াত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ পুলটোৰ দুয়োপাৰে বসবাস কৰা লোকসকলে বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰি আহিছে ৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী আপাৰ দেওপানী পথৰ প্ৰায় ৪-৫ কিঃ মিঃ নিলগৰ আপাৰ দেওপানী নৈৰ ওপৰত থকা পকী পুলটো ১৯৮৬ চনতে নিৰ্মাণ কৰিছিল যদিও দীৰ্ঘ বছৰে ভগ্নপ্ৰায় অৱস্থাত থকা পুলটোৰ ওপৰত আজিকোপতি সু-দৃষ্টি নপৰিল ৰজাঘৰীয়াৰ৷

বিজেপি শাসিত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংৰ নেতৃত্বাধীন পৰিষদখনৰ পৰিবৰ্তন আৰু উন্নয়নৰ ফোপোলা স্বৰূপটো উদঙাই দিছে বোকাজান মহকুমাৰ আপাৰ দেওপানী নৈৰ ওপৰত থকা ভগ্নপ্ৰায় পুলটোৱে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0