Home বিশ্বভাৰততকৈ বেছি আছে পাকিস্তানৰ পৰমাণু অস্ত্ৰ, ৰাজকোষৰ অধিকাংশ ধন খৰছ কৰে অস্ত্ৰ নিৰ্মাণত

ভাৰততকৈ বেছি আছে পাকিস্তানৰ পৰমাণু অস্ত্ৰ, ৰাজকোষৰ অধিকাংশ ধন খৰছ কৰে অস্ত্ৰ নিৰ্মাণত

by News Desk
71 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ পৰমাণু অস্ত্ৰৰ শক্তিশালী দেশসমূহে যেতিয়া পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ কম কৰাৰ চেষ্টা কৰিছে, সেই সময়ত পাকিস্তানক অন্যৰূপত হে দেখিবলৈ পোৱা গৈছে৷ পাকিস্তানে দেশৰ বাজেটৰ অধিকাংশ ধন খৰছ কৰিছে পৰমাণু অস্ত্ৰ তৈয়াৰ কৰাত৷ সম্প্ৰতি এটি আন্তৰ্জাতিক সংস্থাৰ ৰিপৰ্টৰ পিছতে এই কথা পোহৰলৈ আহিছে৷

ষ্ট’কহোম ইন্টাৰনেশ্বনেল পিচ ৰিচাৰ্চ ইনষ্টিটিউট, চমুকৈ চিপ্ৰিয়ে প্ৰকাশ কৰা এটি ৰিপোৰ্টত এই তথ্য প্ৰকাশ পায়৷ ৰিপৰ্টৰ দ্বাৰা কোৱা হৈছে যে পাকিস্তানে বিশ্ব ধ্বংসকাৰী পৰমাণু শক্তিৰ অস্ত্ৰ ভাণ্ডাৰসীমিত কৰাৰ বিপৰীতে নতুনকৈ পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত নতুন ট্ৰেণ্ড আৰম্ভ কৰাটো সমগ্ৰ বিশ্বৰ বাবেই উদ্বেগজনক বিষয় হৈ পৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0