Home গুৱাহাটীআৰক্ষীৰ নেতৃত্বত ধন দাবী কৰিছিল আত্মসমৰ্পণ কৰা আলফা সদস্যই, আলফাৰ সদস্য নহয় বুলি দাবী

আৰক্ষীৰ নেতৃত্বত ধন দাবী কৰিছিল আত্মসমৰ্পণ কৰা আলফা সদস্যই, আলফাৰ সদস্য নহয় বুলি দাবী

by News Desk
77 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ বৃহস্পতিবাৰে তিনিচুকীয়াত আলফা স্বাধীনৰ ৬ কেডাৰে আত্মসমৰ্পণ কৰাৰ এদিন পিছতে কেডাৰসকল আলফাৰ নাছিল বুলি কয় আলফা স্বাধীনে৷ আলফাৰ নামত অসম-অৰুণাচল সীমান্তত ধন দাবী কৰা যুৱক আখ্যা দিয়ে আলফা স্বাধীনে৷ ইমানে নহয় আৰক্ষীৰ তত্বাৱধানত ৬ কেডাৰক থকা বুলি দাবী কৰি আৰক্ষীৰ তত্বাৱধানতে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ধন দাবী কৰি আলফাক হেয় প্ৰতিপন্ন কৰিছিল বুলি কয় আলফাই৷   

শুকুৰবাৰে আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি যোগে আত্মসমাৰ্পণ কৰি সদস্য কেইজন অসম আৰক্ষীৰ তত্বাৱধানত আছিল আৰু আৰক্ষীৰ তত্বাৱধানতে থাকি তিনিচুকীয়াৰ জিলা আৰক্ষীৰ সহযোগ আৰু নিৰ্দেশত জিলাখনৰ বিভিন্ন স্থানৰ তথা তথাকথিত অৰুণাচলৰ নামচাই, লোহিত, ডিবাং আৰু চাংলাঙৰ বিভিন্ন অঞ্চলত খিলঞ্জীয়া মানুহক ধনদাবী কৰি অহা বুলি দাবী কৰে৷ পৰিকল্পিত ভাৱে আলফাক জনমানসত হেয় প্ৰতিপন্ন কৰা কাৰ্যত ৬ সদস্য লিপ্ত আছিল বুলি কৈ যাৰ বাবে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি থলগিৰি ৰাইজক এই তথ্য পৰোক্ষভাৱে অৱগত কৰাই নহয়, ভুক্তভোগীক আমাৰ সৈতে যোগাযোগৰ ঠিকনাও দিয়া হৈছিল বুলি কয় আলফা স্বাধীনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0