Home ৰাজ্যআকৌ অপপ্ৰচাৰ, হোজাইৰ কোমোৰাকাটাত বৰ্বৰ ভাৱে প্ৰহাৰ কৰিলে মৰিগাঁৱৰ থলুৱা যুৱকক

আকৌ অপপ্ৰচাৰ, হোজাইৰ কোমোৰাকাটাত বৰ্বৰ ভাৱে প্ৰহাৰ কৰিলে মৰিগাঁৱৰ থলুৱা যুৱকক

by News Desk
88 views
A+A-
Reset

newsnextone.com | লংকাঃ সোপাধৰা নহয় এইবাৰ চোৰৰ সন্দেহত এগৰাকী থলুৱা যুৱকক খুঁটাত বান্ধি মাৰধৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছে হোজাই জিলাত৷ হোজাই জিলাৰ কোমোৰাকাটা গাঁৱত সংঘটিত হয় এই ঘটনা৷ ইতিমধ্যে মৰিগাঁৱৰ ৰতন বৰদলৈ নামৰ যুৱকজনক উদ্ধাৰ কৰি হস্পিতালত ভৰ্তি কৰি যদিও অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ব্যাপক উৰা বাতৰি প্ৰচাৰৰ পিছতেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে৷ সোপাধৰাৰ অপপ্ৰচাৰ কিছু শাম কটাৰ সময়তেই একাংশ লোকে এইবাৰ গাঁও সমূহত চোৰ সোমোৱাৰ উৰা বাতৰি প্ৰচাৰ কৰে৷ হোজাই-কাৰ্বি আংলং সীমান্তৰ গাঁও সমূহত ব্লেড, পঘালৈ চোৰ সোমাইছে বুলি কোনো লোকে প্ৰচাৰ কৰে৷ এই উৰা বাতৰিৰ ফলতেই এগৰাকী যুৱকৰ ওপৰত জপিয়াই পৰিল কোমোৰাকাটাৰ উত্তেজিত ৰাইজ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0