62
newsnextone.com | ডিজিটেল ডেস্কঃ আফগানিস্তানত পুনৰ বৰ্বৰ আক্ৰমণ কাণ্ড সংঘটিত কৰিলে তালিবানে৷ আফগানিস্তানৰ পশ্চিম প্ৰান্তত বৰ্বৰ আক্ৰমণত ১৬গৰাকী আৰক্ষী বিষয়া নিহত হয়৷ দুগৰাকী সাধাৰণ নাগৰিকৰ প্ৰাণ যায়৷ বাগদিচেৰ জিলা প্ৰশাসনে ১৬গৰাকী আৰক্ষীৰ বিষয়াৰ মৃত্যু খবৰ নিশ্চিত কৰে৷
এগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰিব যোৱাৰ সময়তে আন এটি বোমা বিস্ফোৰণ সংঘটিত হৈ দুগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হয়৷ আহত হয় বহু লোক৷