Home বিশ্বঅলজেৰিয়াত ২০-২৫ জুনলৈ বন্ধ ইণ্টাৰনেট সেৱা, কিয? জানিবলৈ পঢ়ক এই বাতৰি

অলজেৰিয়াত ২০-২৫ জুনলৈ বন্ধ ইণ্টাৰনেট সেৱা, কিয? জানিবলৈ পঢ়ক এই বাতৰি

by News Desk
62 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ বৰ্তমান দেশৰ পৰীক্ষা ব্যৱস্থাত চিন্তাৰ কাৰণ হৈ পৰিছে কাকত ফাদিল আৰু অসৎ উপায় অৱলম্বন কৰি প্ৰশ্ন উত্তৰ কৰা কাণ্ড৷ চলিত বছৰত সমগ্ৰ ভাৰত চিবিএছইৰ কাকত ফাদিল কাণ্ড আৰু অসমৰ কাকত ফাদিল কাণ্ডই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ সময়ে সময়ে নকল তথা অসৎ উপায় অৱলম্বন কৰাৰ অজুহাতত পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰিব লগা হয়৷

কিন্তু আমাৰ দেশে নভবা চিন্তা কৰিছে অলজেৰিয়াই৷ অলজেৰিয়াই নকল তথা অসৎ উপায় অৱলম্বন কৰা আৰু কাকত ফাদিল হোৱা কাৰ্যক ৰোধ কৰিবলৈ এক পদক্ষেপ গ্ৰহণ কৰিছে৷ পৰীক্ষাৰ সময়ত অলজেৰিয়াই সমগ্ৰ দেশত ইণ্টাৰনেট সেৱা বন্ধ কৰি ৰাখিব৷ পৰীক্ষা হ’লত স্মাৰ্টফোন, সকলো ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰে৷ জানিব পৰা মতে, বৰ্তমান দেশ খনত হাইস্কুল পৰীক্ষা পৰীক্ষা অনুষ্ঠিত হৈ আছে আৰু ২৫ জুনলৈকে এটা সময়ত ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0