Home বিশ্বমুছলিম দেশত ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষিদ্ধকৰণৰ ৰায়ক উচিত আখ্যা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

মুছলিম দেশত ডনাল্ড ট্ৰাম্পৰ ভ্ৰমণ নিষিদ্ধকৰণৰ ৰায়ক উচিত আখ্যা আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
61 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে মঙলবাৰে এক নিৰ্দেশ যোগে দেশ খনৰ ৰাষ্ট্ৰপতি ডলাল্ড ট্ৰাম্পক মুছলমান অধ্যুষিত দেশত ভ্ৰমণ নিষিদ্ধ কৰা পূৰ্বৰ ৰায়কে বাহাল ৰাখে৷ ন্যায়ালয়ত এয়া মুছলমানৰ সৈতে ভেদভাৱ হৈছে বুলি কৰা দাবীকো নস্যাৎ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে৷ আনহাতে মুছলমান লোকক আমেৰিকাত আহিব নিদিয়া নিৰ্ণয় ৰাষ্ট্ৰপতিৰ আভ্যন্তৰীণ বিষয় বুলি কয়৷

 নিম্ন আদালতৰ ৰায়ক নাকচ কৰি এই নিষিদ্ধকৰণক উচিত বুলি কয় ন্যায়ালয়ে৷ নিম্ন আদালতে ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এই সিদ্ধান্তক অসাংবিধানিক আখ্যা দিছিল৷মুখ্য ন্যায়াধীশ জন ৰৱাৰ্টছে কয় যে ৰাষ্ট্ৰপতিৰ সৈতে ইমিগ্ৰেছন পলিছিক ৰেগুলেট কৰিব পৰাৰ অধিকাৰ আছে৷ মুছলমানৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক ব্যৱহাৰ কৰা হ’ব বুলি কৰা দাবীকো খাৰিজ কৰে৷ কিন্তু মুছলিমৰ বিৰুদ্ধে ট্ৰাম্পে কৰা মন্তব্য সন্দৰ্ভত একো মন্তব্য নকিৰলে আদালতে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0