59
newsnextone.com | ডিজিটেল ডেস্কঃ দ্ৰুতভাৱে উন্নয়ন ঘটিছে ভাৰতীয় অৰ্থব্যৱস্থাৰ৷ যাৰ ফলত দেশৰ পৰা দৰিদ্ৰতাও দ্ৰুতভাৱে নিৰ্মূল হ’বলৈ ধৰিছে৷ প্ৰতি মিনিটত ৪৪ গৰাকী ভাৰতীয় লোকে দৰিদ্ৰতাৰ পৰা নিষ্ঠাৰ পাবলৈ সক্ষম হৈ আছে৷ যাৰ বাবে ক্ষীপ্ৰতাৰে দৰিদ্ৰতা উপশম কৰিবলৈ সক্ষম হোৱা দেশ সমূহৰ ভিতৰত ভাৰতো অন্তৰ্ভূ্ক্ত হৈছে৷
আনহাতে, ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ দৰিদ্ৰ জনতাৰ দেশ হিচাপেও পৰিচিত নহয়৷ ২০১৮ চনৰ মে’ মাহৰ পৰা নাইজেৰিয়াই ভাৰতৰ স্থান দখল কৰিছে৷