56
newsnextone.com | ডিফুঃ মঙলবাৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ডিফু কটন এণ্ড জিনিঙ মিল কো অপাৰেটিভ লিমিটেডৰ অধ্যক্ষ ৰামচিং ইংতিৰ বিয়োগত ভাৰতীয় জনতা পাৰ্টিয়ে এক শোক সভা অনুষ্ঠিত কৰে৷
শোক সভাত উপস্থিত থকা গুণমুগ্ধসকলে প্ৰয়াত ইএম গৰাকীৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদগতিৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনায়৷