Home ৰাজ্যঘাইপথ অতিক্ৰমি কাৰ্বি পাহাৰলৈ যোৱা জন্তুৰ সুৰক্ষা, কাজিৰঙাৰ ৰাজপথত ২৮টা বেৰিকেড

ঘাইপথ অতিক্ৰমি কাৰ্বি পাহাৰলৈ যোৱা জন্তুৰ সুৰক্ষা, কাজিৰঙাৰ ৰাজপথত ২৮টা বেৰিকেড

by News Desk
73 views
A+A-
Reset

newsnextone.com | কাজিৰঙাঃ বাৰিষা কালত হাইলেণ্ডৰ অভাৱত বানৰ কৱলত পৰি ককবকাব লগা হয় অসমৰ মান-অভিমান, অসমীয়াৰ গৌৰৱ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূল৷ বিশেষকৈ এশিঙিয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত উদ্যান খনৰ জীৱকূলৰ আলাই-আথানি নোহোৱা হয়৷ বছৰ বছৰ ধৰি চোৰাং চিকাৰীয়ে উদ্যান খনৰ জীৱ-জন্তু হত্যা কৰি আহিছে৷ সমানে সমানে বান আৰু পিটনি সমূহেও প্ৰাণ লৈ আহিছে জীৱ-জন্তুৰ৷ বছৰটোৰ প্ৰায় ৪মাহ কাল উদ্যান খন পানীত ডুবি থকাৰ ফলত বহু জীৱ-জন্তুৰ মৃত্যু হৈ আহিছে সময়ে সময়ে৷

এটুকুৰা ওখ ঠাই বিচাৰি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হোৱাৰ চেষ্টা কৰি গাড়ীৰ চেপাত প্ৰাণ দিব লগা হয় জীৱকূলে৷ প্ৰতিবছৰে বানৰ ফলত মানুহৰ দৰে নাজল-নাথল অৱস্থা হৈ পৰে কাজিৰঙাৰ জীৱকূলৰ৷ প্ৰতিশ্ৰুতি অনুযায়ী গঁড় হত্যা ৰোধ কৰিব নোৱাৰা চৰকাৰখনে বানপানীৰ সময়ত জীৱ-জন্তুৰ বাবে হাইলেণ্ডৰ ব্যৱস্থা কৰাত বহু পলমকৈ কৰাৰ লগতে খৰালি কালত জীৱকূলক খাদ্য সামগ্ৰী, পানীৰ ব্যৱস্থা কৰাত বিফল হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ যাৰ পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় উদ্যানখনত অসহায় হৈ পৰে অসম গৌৰৱ গঁড়কে ধৰি প্ৰতিটো জীৱ-জন্তুক আগন্তুক বানৰ প্ৰতি লক্ষ্য ৰাখি ৰক্ষা কৰিবলৈ এতিয়া সষ্টম হৈ পৰা পৰিলক্ষিক হৈছে কাজিৰঙাৰ বনবিভাগ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0