Home দেশঅধ্যক্ষ, শিক্ষক, ছাত্ৰই মিলি একাধিকবাৰ গণধৰ্ষণ কৰিছিল নৱম শ্ৰেণীৰ ছাত্ৰীক, অভিযোগ দাখিল

অধ্যক্ষ, শিক্ষক, ছাত্ৰই মিলি একাধিকবাৰ গণধৰ্ষণ কৰিছিল নৱম শ্ৰেণীৰ ছাত্ৰীক, অভিযোগ দাখিল

by News Desk
59 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ দৰে সভ্য সমাজক লজ্জানত কৰা ঘটনা৷ ঘৰৰ ভিতৰে বাহিৰে প্ৰতিদিনে ধৰ্ষণৰ বলি হৈ আহিছে কেঁচুৱাৰ পৰা বৃদ্ধালৈ সকলো বয়সৰ নাৰী৷ আনকি বিদ্যালয়ত শিক্ষাৰ পোহৰ বিলোৱা শিক্ষক, প্ৰধানশিক্ষকৰ লালসাৰ পৰাও বাদ পৰি নযোৱা হৈছে নাবালিকা ছাত্ৰীসকল৷ যাৰ ফলত সকলো দিশতে এতিয়া নাৰীয়ে নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷

বিদ্যালয়ৰ অধ্যক্ষ সহ মুঠ ১৮ জনৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীয়ে৷ বিহাৰৰ চাৰানৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে লিখিত অভিযোগ জনাই কয় যে বিগত ৮ মাহ ধৰি একাধিকবাৰ তেওঁক ধৰ্ষণ কৰা হৈছে৷ ছাত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ অধ্যক্ষ, দুজন শিক্ষকৰ লগতে বিদ্যালয়খনৰ কেইবাজনো ছাত্ৰৰ বিৰুদ্ধে গণ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে, লোকলজ্জাৰ ভয়ত ছাত্ৰীগৰাকীয়ে অতদিন ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিব পৰা নাছিল বুলিও কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0