73
ডিজিটেল ডেস্কঃ ড্ৰাগছৰ নিছাত আসক্ত অজগৰ৷ মানুহে ড্ৰাগছ লয়, সেয়া সকলোৱে জনা কথা। কিন্তু অজগৰো যে ড্ৰাগছ আসক্ত হ’ব পাৰে সেয়া আমাৰ বাবে সপোনৰো অগোচৰ হোৱাতোৱেই স্বাভাৱিক।
পিছে, এনে এক আজৱ ঘটনা সংঘটিত হৈছে অষ্ট্ৰেলিয়াত৷ অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে অৰ্হনিশে ড্ৰাগছৰ ৰাগীত ডুবি থকা এটা অজগৰক৷