Home গুৱাহাটীকমল দাসৰ গোচৰৰ ভিত্তিত হিম্মৎসিংকাক গ্ৰেপ্তাৰ, আত্মগোপন কৰি আছিল দিচাং ৰিজ’ৰ্টত

কমল দাসৰ গোচৰৰ ভিত্তিত হিম্মৎসিংকাক গ্ৰেপ্তাৰ, আত্মগোপন কৰি আছিল দিচাং ৰিজ’ৰ্টত

by News Desk
64 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক দেওবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ যোৱা দুদিন ধৰি সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আত্মগোপন কৰি থকা অৱস্থাত মহানগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে৷  

শুকুৰবাৰে কেইবাশতাধিক লোকে গণেশগুৰিৰ মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবীত ডিলাৰটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ বহিৰাগত বণিয়াৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদকৰীসকলে মুকেশ হুণ্ডাইৰ সঞ্চালক ঋষভ হিম্মৎসিংকাক গ্ৰেপ্তাৰৰ দাবী জনায়৷ গনেশগুৰিৰ মুকেশ হুণ্ডাইৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনি সংগঠনে নিৰ্যাতিতা কমল দাসক ক্ষতিপূৰণ দিয়াৰ লগতে আন আন কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদানৰ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0