Home ৰাজনীতিকাশ্মীৰত হিন্দু লোকক বনাব লাগে মুখ্যমন্ত্ৰী, মুছলমানেই মুখ্যমন্ত্ৰী হ’ব নীতি সহ্য কৰা নহ’ব

কাশ্মীৰত হিন্দু লোকক বনাব লাগে মুখ্যমন্ত্ৰী, মুছলমানেই মুখ্যমন্ত্ৰী হ’ব নীতি সহ্য কৰা নহ’ব

by News Desk
85 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিপৰীতে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব বুলি খবৰ ওলাইছে৷ বিজেপি-পিডিপিৰ চৰকাৰ ভংগ হোৱাৰ পিছতে পিডিপিৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰিব খুজিছে বুলি খবৰ প্ৰচাৰ হৈ আহিছে৷ পিডিপিৰ কেইবাজনো বিধায়কে বিজেপিৰ সৈতে কথা-বতৰা পাতি থকা বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হয়৷ ইয়াৰ মাজতে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে বিশেষ মন্তব্য প্ৰকাশ কৰে৷ স্বামীয়ে জম্মু কাশ্মীৰত কোনো হিন্দু লোকক মুখ্যমন্ত্ৰী বনাব লাগে বুলি কয়৷  

বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়াম স্বামীয়ে এএনআইক দিয়া সাক্ষাৎকাৰত কয় যে জম্মু কাশ্মীৰত কোনো হিন্দুক মুখ্যমন্ত্ৰী বনাব লাগে৷ যদি পিডিপিত কোনো হিন্দু নতুবা শিখ নেতা আছে তেন্তে তেওঁক আমি মুখ্যমন্ত্ৰী বনাব পাৰােঁ৷ জম্মু কাশ্মীৰক কোনো মুছলমানেই মুখ্যমন্ত্ৰী হ’ব পাৰিব, জৱাহৰলাল নেহেৰুৰ এই নীতি সহ্য কৰা নহ’ব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0