Home বিশ্বপুনৰ ৩ কিশোৰক উদ্ধাৰ, থাইলেণ্ডৰ গুহাৰ পৰা ১৬ দিনৰ অন্তত ৮ কিশোৰ ফুটবলাৰক উদ্ধাৰ

পুনৰ ৩ কিশোৰক উদ্ধাৰ, থাইলেণ্ডৰ গুহাৰ পৰা ১৬ দিনৰ অন্তত ৮ কিশোৰ ফুটবলাৰক উদ্ধাৰ

by News Desk
106 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ গুহাত আৱদ্ধ ফুটবল দলক উদ্ধাৰৰ দ্বিতীয়টো অভিযানত পুনৰ সফলতা লাভ কৰিছে উদ্ধাৰকাৰী দলে৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৰ্মান্তিক ঘটনাই ১৬ দিনত ভৰি দিলে৷ খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰে৷ 

যোৱা ১৫ দিন ধৰি গুহাত ডুবাৰুৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ সোমবাৰে পুৱাৰ প্ৰথম অভিযানত সোমাবাৰে পুৱাই ৫ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে দ্বিতীয় অভিযান আৰম্ভ হয়৷ দ্বিতীয় অভিযানত পুনৰ তিনিজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷     

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0