63
লালুকঃ অসমৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে বিশেষ ভ্ৰমণসূচী লৈ আজি পুৱা বিমানযোগে লখিমপুৰত উপস্থিত হয়৷
দুপৰীয়া শ্ৰীশ্ৰী আদি এলেঙী সত্ৰৰ ৪০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশ লৈ বিয়লিলৈ গোগামুখৰ এন এইচ পি চি বিষয়াৰ সৈতে জলবিদ্যুৎ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়৷