Home বিশ্বগুহাৰ পৰা উদ্ধাৰ হ’ল ১১ কিশোৰ, প্ৰশিক্ষক সহ এজন আৱদ্ধ, কিশোৰৰ মুখত নাই ভয়ৰ ভাৱ

গুহাৰ পৰা উদ্ধাৰ হ’ল ১১ কিশোৰ, প্ৰশিক্ষক সহ এজন আৱদ্ধ, কিশোৰৰ মুখত নাই ভয়ৰ ভাৱ

by News Desk
95 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ গুহাত আৱদ্ধ ফুটবল দলক উদ্ধাৰৰ দ্বিতীয় দিনৰ প্ৰথমটো অভিযানে বহু সফল হয়। উদ্ধাৰকাৰী দলে বিশেষ সফলতা লাভ কৰিছে ৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৰ্মান্তিক ঘটনাই ১৭ দিনত ভৰি দিলে৷ খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰে৷ 

যোৱা ১৭ দিন ধৰি গুহাত ডুবাৰুৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ সোমবাৰে পুৱাৰ প্ৰথম অভিযানত সোমাবাৰে পুৱাই ৫ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল উদ্ধাৰকাৰীৰ দল৷ ইয়াৰ পিছতে দ্বিতীয় অভিযান আৰম্ভ হয়৷ দ্বিতীয় অভিযানত পুনৰ তিনিজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷     

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0