Home ৰাজ্যবিজ্ঞানৰ স্নাতক হোজাইৰ মস্তাকে কাঠফুলাৰ খেতি কৰি থিয় দিছে নিজৰ ভৰিত

বিজ্ঞানৰ স্নাতক হোজাইৰ মস্তাকে কাঠফুলাৰ খেতি কৰি থিয় দিছে নিজৰ ভৰিত

by News Desk
60 views
A+A-
Reset

newsnextone.com | মোৰাঝাৰঃ কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী হৈছে অসমৰ এগৰাকী যুৱক৷ হোজাই জিলাৰ যুৱক মস্তাক আহমেদ লস্কৰে কাঠফুলাৰ খেতি কৰি নিজৰ ভৰিত থিয় দিছে৷ হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ পুত্ৰ মস্তাক আহমেদ লস্কৰে পিতৃৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি পিতৃৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰে৷ 

বিভিন্ন ঠাইত মাশ্ৰুম খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি কাঠফুলা খেতিত মনোনিৱেশ কৰিছিল তেওঁ। বৰ্তমান এগৰাকী আগশাৰীৰ যুৱ খেতিয়ক মস্তাক৷ যিটো সময়ত অসমৰ যুৱক-যুৱতীয়ে এটি চৰকাৰী চাকৰি বিচাৰি হায়ৰাণ হৈ পৰিছে তেনে সময়তে ৰাজ্য খনৰ একাংশ যুৱকে অশেষ কষ্টৰে চাকৰি অবিহনে সফলো হোৱা দেখা যায়৷ তেনেই এজন যুৱক হৈছে হোজাই জিলাৰ নীলবাগানৰ উওৰ আশীনগৰৰ বাসিন্দা আফতাব উদ্দিন লস্কৰৰ পুত্ৰ মস্তাক আহমেদ লস্কৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0