Home ৰাজনীতিহাত এৰিলে ভূমিধৰ বৰ্মনৰ জোৱাই কিশোৰ হাজৰিকাই, এইবাৰ উঠিব হাতীত

হাত এৰিলে ভূমিধৰ বৰ্মনৰ জোৱাই কিশোৰ হাজৰিকাই, এইবাৰ উঠিব হাতীত

by News Desk
65 views
A+A-
Reset

newsnextone.com | নলবাৰীঃ দল বাগৰাৰ ৰাজনীতি অসমত নতুন কথা নহয়৷ বৰ বৰ নেতাই নিশাৰ ভিতৰতে ইটো দলৰ পৰা ওলাই আহি সিটো দলত যোগ দিয়া বিগত সময়ত অসমৰ ৰাইজে দেখিছে৷

মন্ত্ৰীৰ পৰা সাংসদলৈ, বিধায়কৰ পৰা তৃণমূল কৰ্মীলৈকে সকলোৱে দল বাগৰাৰ ৰাজনীতিত সিদ্ধহস্ত৷ দল শাসনত নাথাকিলে একাংশ নেতাই দলটো এৰি আন দললৈ আহে৷ এয়া যেন পৰম্পৰা হৈ পৰিছে অসমত৷ একাংশ লোকে বিৰোধী দলত থাকি সা-সুবিধা নোপোৱাৰ ফলত শাসকীয় দলৰ সৈতে জড়িত হৈ সুবিধা আদায়ৰ আশা কৰে বুলি অভিযোগ উত্থাপিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0